Little Known Facts About Assamese synonyms.

অনুভূতি, আৱেগ, ইন্দ্ৰিয়বোধ, উপলব্ধি, বাহ্যজ্ঞান, বোধ, ভাবাৱেগ৷

অনিদ্ৰ, উজাগৰী, জাগন্ত, জাগৰ, জাগৰিত, জাগৰী, জাগৰুক, জাগ্ৰত, তন্দ্ৰাশূন্য, তন্দ্ৰাহীন,নিদ্ৰাবিহীন, নিদ্ৰাৰহিত, নিদ্ৰাহীন, বিনিদ্ৰ, সজাগ৷

অৱনত, অধোগামী, অধোনমিত, অধঃপতিত, অৱনমিত, নিম্নগামী৷

অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অগ্নিজ, অগ্নিভু, আম্বিকেয়, কাৰ্তিক, কাৰ্তিকেয়, কুমাৰ, কৃত্তিকাসুত, ক্ৰৌঞ্চাৰতি, গুহ, তাৰকাৰি, তাৰহা, দেৱসেনাপতি, নমুচি, বৰ্হিবাহন, বহুলেয়, বিশাখ, শক্তিপাণি, শক্তিধৰ, শৰজ, শৰজন্মা, শিখিধ্বজ, শিখিবাহন, ষড়ানন, ষাণ্মাতুৰ, সিদ্ধসেন, সুব্ৰহ্মণ্য, সৌৰসেন, স্কন্দ৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অচৰিতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

অগণন, অগণনীয়, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

অধোবদন, অৱনমস্তক, আনতশিৰ, তলমুৱা, নতশিৰ৷

অচ্যুত, অজিত, অনন্ত, অনন্তশয়ন, অনাদি, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কুন্দৰ, কেশৱ, খগাসন, গদাধৰ, গদাপাণি, গোলোকেশ্বৰ, গৰুড়কেতু, গৰুড়বাহন, গৰুড়ধ্বজ, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জগদীশ্বৰ, জগন্নাথ, জনাৰ্দন, জয়পাল, জহ্নু, ত্ৰিপতি, ত্ৰিলোকনাথ, ত্ৰৈলোক্যনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দানৱাৰি, দামোদৰ, দীননাথ, দীনবন্ধু, দীনেশ, দৈত্যাৰি, ধৰণীশ্বৰ, নাৰায়ণ, নিৰঞ্জন, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰাণপুৰুষ, পুৰুষোত্তম, পৰব্যোম, বলিন্দম, get more info বলিসূদন, বামন, বিভু, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠ, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মাধৱ, মাল, যজ্ঞপুৰুষ, যজ্ঞেশ্বৰ, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীনাথ, শ্ৰীনিৱাস, শ্ৰীপতি, সত্য, হংস, হৃষীকেশ, হৰি, ৰমাকান্ত, ৰমানাথ, ৰমাপতি, ৰমেশ৷

অশ্বত্থ, পিপ্পল, শুচিদ্ৰুম, ক্ষীৰদ্ৰুম৷

উদাৰচিত্ততা, ওখ মন, ঔদাৰ্য, প্ৰশস্তচিত্ততা, বহল মন৷

জৰদগৱ, প্রৱীণ, প্ৰৌঢ়, বয়োবৃদ্ধ, বুঢ়া, বৃদ্ধ, বৰ্ষিষ্ঠ, বৰ্ষীয়ান৷

আৰোহণ, উৎকৰ্ষ, উত্থান, উত্থিতি, উদ্গতি, উদ্গম, উন্নয়ন, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগমন, সমুন্নয়ন৷

Leave a Reply

Your email address will not be published. Required fields are marked *